പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള কমলা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

কমলা   বিশেষ্য

അർത്ഥം : নেমু প্রজাতিৰ এবিধ সুগন্ধি, ৰসাল আৰু মিঠা সোৱাদযুক্ত ফল

ഉദാഹരണം : তেওঁ ্সদায় কমলাৰ ৰস খায়

പര്യായപദങ്ങൾ : কমলা টেঙা

അർത്ഥം : ধনৰ অধিষ্ঠাত্রী দেৱী যাক বিষ্ণুৰ পত্নী বুলি কোৱা হয়

ഉദാഹരണം : মানুহে ধন প্রাপ্তিৰ বাবে লক্ষ্মীৰ পূজা কৰে

പര്യായപദങ്ങൾ : ইন্দিৰা, ধনদা, নাৰায়ণী, পদ্মা, লক্ষ্মী, শতদলবাসিনী, শ্রী, হৰিপ্রিয়া, ৰমা

അർത്ഥം : কমলাৰ বাকলিৰ নিচিনা ৰং বা ৰঙা আৰু হালধীয়া মিহলাই উলিওৱা ৰং

ഉദാഹരണം : চিত্রশিল্পীজনে কমলা ৰঙেৰে ছবিখন বুলাই আছে

പര്യായപദങ്ങൾ : কমলা ৰং, সুমথিৰা, সুমথিৰা ৰং

അർത്ഥം : নেমুজাতীয় এবিধ মজলীয়া আকাৰৰ গছ

ഉദാഹരണം : কমলা গছৰ ফল খাবলৈ মিঠা, সুগন্ধি ৰসাল

പര്യായപദങ്ങൾ : কমলা গছ, সুমথিৰা, সুমথিৰা গছ, সোণতৰা গছ