അർത്ഥം : এবিধ গুল্ম জাতীয় গছ যাৰ কপৰাৰ আঁহৰ্ পৰা সূতা তৈয়াৰ কৰা হয়
ഉദാഹരണം :
কপাহ গছ বৰ উপকাৰী
അർത്ഥം : কপাহ গছৰ কপৰাত থকা আঁহ্্জাতীয় অংশ যʼৰ পৰা সূতা বনোৱা হয়
ഉദാഹരണം :
এই লেপখনত তিনি কিলোগ্রাম কপাহ ভৰোৱা হৈছে