അർത്ഥം : অক্ষত যোনী কন্যা বা এনেকুৱা ছোৱালী যাৰ পুৰুষৰ সৈতে সহবাস হোৱা নাই
ഉദാഹരണം :
বেশ্যালয়ত কুমাৰীৰ চাহিদা অতি বেছি
പര്യായപദങ്ങൾ : অক্ষতযোনি নাৰী, কুমাৰী
അർത്ഥം : বাৰটা ৰাশিৰ মাজৰ ছয় নম্বৰৰ ৰাশি
ഉദാഹരണം :
এই বছৰটো কন্যাৰাশিৰ লোকৰ কাৰণে ফলদায়ক হʼব
പര്യായപദങ്ങൾ : কন্যা ৰাশি, কন্যাৰাশি