അർത്ഥം : গোল ফল লগা এবিধ চিৰসেউজীয়া গছ
ഉദാഹരണം :
কদম গছৰ তলত শ্রীকৃষ্ণই বাঁহী বজাইছিল
പര്യായപദങ്ങൾ : কদম্ব
അർത്ഥം : খোজকাঢ়িবলে বা দৌৰিবলে এঠাইৰ পৰা উঠাই আন এঠাইত ভৰি ৰখা কার্য
ഉദാഹരണം :
তেওঁ ্সোনকালে ঘৰ গৈ পাবলে দীঘল-দীঘলকৈ খোজ দিছিল
പര്യായപദങ്ങൾ : খোজ
അർത്ഥം : এটা খোজেৰে ঠিক কৰা দূৰত্ব
ഉദാഹരണം :
মোৰ ঘৰ ইয়াৰ পৰা প্রায় আঠ-দহ খোজ দূৰত অৱস্থিত
പര്യായപദങ്ങൾ : খোজ