അർത്ഥം : প্রায়েই পাহৰি থকা ব্যক্তি
ഉദാഹരണം :
ৰাম এটা ডাঙৰ কথা পাহৰা, সি সদায় কিবা নহয় কিবা পাহৰি যায়
പര്യായപദങ്ങൾ : কথা-পাহৰা
അർത്ഥം : বৃদ্ধাৱস্থাৰ কাৰণে বুদ্ধিয়ে ভালদৰে কাম নকৰা
ഉദാഹരണം :
কিছুমান লোকৰ বৃদ্ধাৱস্থাত স্মৃতিভ্ৰংশ হয়
പര്യായപദങ്ങൾ : স্মৃতিভ্ৰংশ হোৱা
അർത്ഥം : যাৰ পাহৰি থকাটোৱেই স্বভাৱ
ഉദാഹരണം :
প্ৰতিমাই সৰুকালৰ পৰাই কথা পাহৰা স্বভাৱ আছে