പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള কণ্ঠ എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

কণ্ঠ   বিশেষ্য

അർത്ഥം : কোমলতা, তীব্রতা, ডাঙৰ-সৰু আদি কৰি কʼব পৰা শ্্ব্দ যি প্রাণীৰ কণ্ঠৰ পৰা ওলায়

ഉദാഹരണം : তেওঁৰ ্ মাতটো বৰ মিঠা

പര്യായപദങ്ങൾ : গলা, বোল, মাত, স্বৰ

അർത്ഥം : গীত পৰিবেশনৰ বিশেষ আৰু সুন্দৰ ভঙ্গিমা

ഉദാഹരണം : এই গায়িকা গৰাকীৰ সুৰ বৰ ভাল

പര്യായപദങ്ങൾ : লয়, সুৰ

അർത്ഥം : খোৱা আহাৰ পেটলৈ যোৱা আৰু শ্্ব্দৰ সৃষ্টি হোৱা ডিঙিৰ অংশ বিশেষ

ഉദാഹരണം : সমুদ্র মন্থনৰ পৰা ওলোৱা হলাহল পান কৰি ভগৱান শিৱৰ কণ্ঠ নীলা হৈ গৈছিল

പര്യായപദങ്ങൾ : গলা

അർത്ഥം : শৰীৰৰ থুতৰিৰ তলত আৰু কান্ধৰ ওপৰৰ অৱস্থিত আগভাগ

ഉദാഹരണം : পুৰুষৰ কণ্ঠৰ ঘটিকা দেখা যায়

പര്യായപദങ്ങൾ : গল, গলা