അർത്ഥം : কেচি বা অন্য কোনো উপকৰণেৰে কটা কার্য
ഉദാഹരണം :
মালীয়ে ফুলনিখনৰ কেতবোৰ উদ্ভিদৰ কলম দিছে
പര്യായപദങ്ങൾ : কলম দিয়া
അർത്ഥം : কটোৱাৰ কাম
ഉദാഹരണം :
ঠিকাদাৰে বনুৱাবোৰৰ দ্বাৰা খেতিডৰা দোৱাৰ কাম কৰি আছে
പര്യായപദങ്ങൾ : দোৱা
അർത്ഥം : কোনো ধাৰযুক্ত হাথিয়াৰৰ হেঁ্চাৰে কোনো বস্তুক টুকুৰা কৰা
ഉദാഹരണം :
পাচলি কাটি আছে
അർത്ഥം : কেঁচি বা কেঁচিৰ নিচিনা কোনো যতনেৰে কটা কার্য
ഉദാഹരണം :
মালীজনে বাগিচাৰ গছপুলিবোৰ প্রতি মাহে কাটে
പര്യായപദങ്ങൾ : কলম দিয়া
അർത്ഥം : কোনো বস্তুক বিশেষ আকাৰত আনিবৰ কাৰণে কটা কার্য
ഉദാഹരണം :
মালীয়ে মাজে-মাজে বাগিছাখনৰ গছপুলিবোৰ কাটে নাপিতে তেওঁৰ চুলি কাটিলে
അർത്ഥം : কলমৰ ৰেখাৰে কোনো লিখনি বাতিল কৰা কার্য
ഉദാഹരണം :
শিক্ষকে ভুল উত্তৰটো কাটিলে
അർത്ഥം : কপাহ পকাই সূতা তৈয়াৰ কৰা কার্য
ഉദാഹരണം :
মায়ে লগুণ বনাবলৈ সূতা কাটিছে
പര്യായപദങ്ങൾ : সূতা কটা
അർത്ഥം : কোনো বস্তুৰ পৰা কোনো অংশ পৃথক কৰা
ഉദാഹരണം :
গাণনিক বিষয়াজনে মোৰ বেতনৰ পৰা বিশ শতাংশ আয়কৰ কাটিলে
അർത്ഥം : ধাৰাল অস্ত্র আদিৰে কোনো বস্তু আদি দুই বা ততোধিক খণ্ড কৰা বা বহুতো ভাগত বিভক্ত কৰা:মালীজনে গছপুলিবোৰ কলম দিছে
ഉദാഹരണം :
പര്യായപദങ്ങൾ : কলম দিয়া
അർത്ഥം : কোনো এক ঠাইত এডাল ৰেখাই আন এডাল ৰেখাৰ ওপৰেৰে পাৰ হৈ আগুৱাই গুচি যোৱা
ഉദാഹരണം :
জ্যামিতিৰ এই প্রশ্নটোত ভূমিৰেখাক এডাল লম্বৰেখাই সোঁমাজত কাটিছে