പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള ওলোৱা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

ওলোৱা   ক্ৰিয়া

അർത്ഥം : কোনো কিতাপ আদি ছপা কৰি অনা

ഉദാഹരണം : তেওঁৰ কবিতাৰ আৰু এটা নতুন সংস্কৰণ ওলাইছে

പര്യായപദങ്ങൾ : প্রকাশিত হোৱা

അർത്ഥം : কোনো বস্তু আদি নিজৰ ঠাইৰ পৰা ওপৰলৈ অনা বা দেখা দিয়া

ഉദാഹരണം : সূর্য পূৱত দিশত ওলায়

പര്യായപദങ്ങൾ : উদিত হোৱা, উদয় হোৱা

അർത്ഥം : কোনো পক্ষ বা দল আদিৰ পৰা পৃথক হোৱা কার্য

ഉദാഹരണം : তেওঁ কংগ্রেছৰ পৰা ওলাল

പര്യായപദങ്ങൾ : পৃথক হোৱা

അർത്ഥം : গুপ্ত বা গূঢ় কথা প্রকাশ হোৱা

ഉദാഹരണം : তেওঁৰ ৰহস্য খুলিল

പര്യായപദങ്ങൾ : খোলা, ফাদিল হোৱা

അർത്ഥം : এৰি দিয়া

ഉദാഹരണം : এই অঞ্চলৰ কুখ্যাত গুণ্ডাটো কালিহে জেলৰ পৰা ওলাল

പര്യായപദങ്ങൾ : মুক্ত হোৱা

അർത്ഥം : ওচৰৰ পৰা গৈ থকা বা হাতত নথকা

ഉദാഹരണം : বদ অভ্যাসৰ কাৰণে তেওঁৰ ্চাকৰিটো গুচি গʼল

പര്യായപദങ്ങൾ : গুচি যোৱা

അർത്ഥം : ফোঁহাৰ ৰূপত শৰীৰত উৎপন্ন হোৱা

ഉദാഹരണം : গৰমৰ দিনত শুভমৰ শৰীৰত ্ফোঁহা ওলায়

അർത്ഥം : উৎপন্ন হোৱা

ഉദാഹരണം : খেতিডৰাৰ খলি সমূহৰ পৰা নতুন নতুন উদ্ভিদ গজিছে

പര്യായപദങ്ങൾ : গজা

അർത്ഥം : হিচাপ হোৱাৰ পিছত কিছুমান ধন কাৰোবৰ জিম্মাত থাকি যোৱা

ഉദാഹരണം : আপোনাৰ পৰা মোৰ পাঁচ টকা ওলায়

അർത്ഥം : প্রচলিত হোৱা

ഉദാഹരണം : ইয়াত সদায় নতু নতুন ফেশ্বনৰ কাপোৰ ওলায়

അർത്ഥം : অনায়াসে উচ্চাৰিত হোৱা

ഉദാഹരണം : গুলী লগাৰ লগে লগে গান্ধীজীৰ মুখৰ পৰা হেʼ ৰাম ওলাল

അർത്ഥം : অন্য কোনোফালে বাঢ়ি থকা

ഉദാഹരണം : এই মেজখনৰ কোণাটো অলপ ওলাইছে

അർത്ഥം : নিজৰ উৎপত্তি স্থলৰ পৰা প্রকট হোৱা

ഉദാഹരണം : গংগা গংগোত্রীৰ পৰা ওলাইছে

പര്യായപദങ്ങൾ : নি্র্গত ্হোৱা

അർത്ഥം : বাহিৰলৈ অহা

ഉദാഹരണം : সাপটো বিলৰ পৰা ওলাইছে

പര്യായപദങ്ങൾ : নির্গত হোৱা, বাহিৰলৈ অহা