അർത്ഥം : কোনো বস্তুক সহজে ওলাব নোৱাৰাকৈ কʼৰবাত স্থিৰ কৰি থোৱা কার্য
ഉദാഹരണം :
সৈনিকসকলে কামানটো শিলৰ ওপৰত লগালে
പര്യായപദങ്ങൾ : লগোৱা
അർത്ഥം : কাম সম্পূর্ণ ্কৰাত পলম কৰা কার্য
ഉദാഹരണം :
নিশ্চয় ্তেওঁৱেই মোৰ কামটো ওলোমাই থৈছে