അർത്ഥം : নিজৰ লগত নৰখা অথবা অন্য কোনো ঠাইত ৰখা বা থৈ অহা
ഉദാഹരണം :
তেওঁ ্মোক মেলাতে এৰিলে
പര്യായപദങ്ങൾ : এৰা
അർത്ഥം : নিজৰ অধিকাৰ, প্রভুত্ব আদিৰ পৰা আঁতৰি অহা কার্য
ഉദാഹരണം :
ৰজাই ৰাজ-সিংহাসন এৰি দিলে মিছা আৰোপ লগোৱাৰ কাৰণে সঞ্চালকে নিজৰ পদবীৰ পৰা আঁতৰি গʼল
പര്യായപദങ്ങൾ : আঁতৰি যোৱা, এৰা, ত্যাগ কৰা