അർത്ഥം : বান্ধি থোৱা বা ফান্দত পৰা কোনো বস্তু আঁতৰি যোৱা কার্য
ഉദാഹരണം :
মাছবোৰ জালৰ পৰা এৰাই গʼল
പര്യായപദങ്ങൾ : উন্মুক্ত হোৱা, বন্ধন মুক্ত হোৱা, মুক্ত হোৱা, সুলকি যোৱা
അർത്ഥം : কটা বা কোনো মূলবস্তুৰ পৰা আঁতৰি যোৱা কার্য
ഉദാഹരണം :
বৰষুণৰ আগেয়ে গছ-গছনি ছিঙি গৈছিল
പര്യായപദങ്ങൾ : ছিঙা, ছিন্ন হোৱা