പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള এৰা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

এৰা   বিশেষ্য

അർത്ഥം : কোনো বস্তু বা প্রাণীৰ সৈতে সম্বন্ধ ছিঙি পেলোৱা কার্য

ഉദാഹരണം : পত্নী তথা লʼৰা-ছোৱালী এৰাৰ পিছত ্তেওঁ কেতিয়াও সুখী হʼব নোৱাৰিলে

പര്യായപദങ്ങൾ : ত্যাগ, পৰিত্যাগ

അർത്ഥം : এক উদ্ভিদ যাৰ ফলৰ পৰা তেল উলিওৱা হয়

ഉദാഹരണം : এৰাৰ ফল কাঁইটীয়া হয়

പര്യായപദങ്ങൾ : এৰণ্ড

അർത്ഥം : নিজৰ অধিকাৰ বা স্বত্ব চিৰদিনৰ কাৰণে বা সম্পূর্ণ ৰূপে এৰি দিয়া কার্য

ഉദാഹരണം : ৰজাই পদ এৰাৰ কাৰণে প্রজা অতি দুখী হʼল

പര്യായപദങ്ങൾ : উৎসর্গ, ত্যাগ, পৰিত্যাগ

এৰা   ক্ৰিয়া

അർത്ഥം : কোনো কাৰণত কোনো কাম নকৰা

ഉദാഹരണം : মই দ্বিতীয় আৰু পঞ্চম প্রশ্নটো এৰিলোঁ

പര്യായപദങ്ങൾ : এৰি দিয়া

അർത്ഥം : ব্যৱহাৰ বা সেৱন নকৰা

ഉദാഹരണം : মোহনে দুমাহ আগতেই মদ এৰিলে

പര്യായപദങ്ങൾ : ত্যাগ কৰা

അർത്ഥം : নিজৰ লগত নৰখা অথবা অন্য কোনো ঠাইত ৰখা বা থৈ অহা

ഉദാഹരണം : তেওঁ ্মোক মেলাতে এৰিলে

പര്യായപദങ്ങൾ : এৰি দিয়া

അർത്ഥം : কোনো ঠাইৰ পৰা আঁ্তৰা বা প্রস্থান কৰা

ഉദാഹരണം : ৰেলগাড়ীয়ে ষ্টেচন এৰিলে

അർത്ഥം : নিজৰ অধিকাৰ, প্রভুত্ব আদিৰ পৰা আঁতৰি অহা কার্য

ഉദാഹരണം : ৰজাই ৰাজ-সিংহাসন এৰি দিলে মিছা আৰোপ লগোৱাৰ কাৰণে সঞ্চালকে নিজৰ পদবীৰ পৰা আঁতৰি গʼল

പര്യായപദങ്ങൾ : আঁতৰি যোৱা, এৰি দিয়া, ত্যাগ কৰা

അർത്ഥം : ধ্যান নিদিয়া বা গণনা নকৰা

ഉദാഹരണം : বৰষুণৰ দিনকেইটাৰ বাদে ইয়াত গোটেই বছৰ জুৰি ্ পর্যটকৰ ্ লানি লাগি থাকে

പര്യായപദങ്ങൾ : বাদ দিয়া

അർത്ഥം : কোনো কাম বা চলি থকা কোনো ক্রম মাজতে বন্ধ হৈ যোৱা

ഉദാഹരണം : কাম-কাজ সকলো বন্ধ হৈ গʼল বৰষুণ থামিল

പര്യായപദങ്ങൾ : থামা, বন্ধ হোৱা, ৰৈ যোৱা, ৰোৱা

এৰা   বিশেষণ

അർത്ഥം : ওলাই যোৱা বা দলি মাৰি পঠোৱা

ഉദാഹരണം : ধনুৰ পৰা এৰা কাঁড়পাতে পোনে-পোনে গৈ লক্ষ্য ভেদ কৰিলে