അർത്ഥം : এজন ব্যক্তি বা সংস্থাৰ দ্বাৰা আন ব্যক্তি বা সংস্থাৰ প্রতি আগবঢ়াবলগীয়া সেৱা
ഉദാഹരണം :
হিন্দু ধর্ম অনুসৰি মাতৃঋণ, পিতৃঋণ, গুৰুঋণ তথা দেৱঋণ এই চাৰিটা মুখ্য ঋণ
അർത്ഥം : কʼৰবাৰ পৰা বা কাৰোবাৰ পৰা সুত সহিত বা বিনা সুতেৰে পুনৰ ঘূৰাই দিয়াৰ চুক্তিত লোৱা ধন
ഉദാഹരണം :
তেওঁ ঘৰ ্সাজিবৰ কাৰণে বেংকৰ পৰা ঋণ লৈছে
പര്യായപദങ്ങൾ : ধাৰ