അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যি জানিবলৈ ইচ্ছা কৰে বা জিজ্ঞাস কৰে
ഉദാഹരണം : সৎসংগত সন্তজনে জিজ্ঞাসুসকলৰ প্রশ্নৰ উত্তৰ বৰ আগ্রহেৰে দি আছিল
പര്യായപദങ്ങൾ : অনুসন্ধিৎসু, কুতুহলী, কৌতূহলী, জিজ্ঞাসু
അർത്ഥം : যিজনে জানিবলৈ ইচ্ছা প্রকাশ কৰে
ഉദാഹരണം : শিক্ষাগুৰুৱে আনন্দ মনেৰে উৎসুক শিক্ষার্থীসকলৰ প্রশ্নৰ উত্তৰ দি আছিল
പര്യായപദങ്ങൾ : জিজ্ঞাসু
അർത്ഥം : যাৰ মনত কোনো তীব্র অভিলাষ থাকে বা যি কোনো কাম বা কথাৰ বাবে অধীৰ হৈ থাকে
ഉദാഹരണം : চিনেমা চাবলৈ উৎসুক লʼৰা-ছোৱালীহঁত সোনকালে ওলোৱা
ഇൻസ്റ്റാൾ ചെയ്യുക