അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : উদ্বিগ্ন হোৱা অৱস্থা বা ভাব
ഉദാഹരണം : উদ্বিগ্নতাৰ কাৰণেই মই এই কামটোত মন বহুৱাব পৰা নাই
പര്യായപദങ്ങൾ : উগুল-থুগুল, উচপিচ, উচপিচনি, উদ্বগ্নতা, বিহ্বলতা
അർത്ഥം : আতুৰ হোৱা অৱস্থা
ഉദാഹരണം : দুবছৰ ধৰি ঘৰৰ পৰা আঁতৰি থকাৰ কাৰণে তেওঁৰ ্উৎকণ্ঠা বাঢ়ি গৈ আছে
പര്യായപദങ്ങൾ : অধীৰতা, আতুৰতা, কাতৰতা, ব্যগ্রতা
അർത്ഥം : কোনো কথা জানিবলৈ বৰ ইচ্ছা কৰা
ഉദാഹരണം : শিশুৰ মনত সকলো বস্তুৰ প্রতি কৌতূহল জন্মে
പര്യായപദങ്ങൾ : উৎসুকতা, কৌতূহল, জিজ্ঞাসা
ഇൻസ്റ്റാൾ ചെയ്യുക