അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কাৰোবাৰ বা কিহবাৰ বিষয়ে কিবা কোৱা কার্য
ഉദാഹരണം : আজিকালিৰ নেতাই সভা আদিত কেৱল সমস্যাৰ কথাহে উল্লেখ কৰে সমাধানৰ কথা নহয়
പര്യായപദങ്ങൾ : চর্চা
അർത്ഥം : প্রমাণৰ উল্লেখ
ഉദാഹരണം : উকীলে দণ্ডাধীশৰ সন্মখত সকলো ঘটনাৰ উল্লেখ কৰিলে
പര്യായപദങ്ങൾ : জামিন
ഇൻസ്റ്റാൾ ചെയ്യുക