അർത്ഥം : ওলটা-পোলোটা কৰা কার্য ্বা ভাব
ഉദാഹരണം :
হনুমানে লংকাত ওলট-পালট লগাই দিলে
പര്യായപദങ്ങൾ : ওলট-পালট
അർത്ഥം : যিটো এফালৰ পৰা আনফাললৈ নিয়া হৈছে অথবা যিটো যেনেকুৱা হোৱা উচিত তেনেধৰণৰ নোহোৱা এক অৱস্থা
ഉദാഹരണം :
তেওঁ ্উল্টা-সিধা কথা কৈ আমাক মূর্খ সাজিছে
പര്യായപദങ്ങൾ : উলট-পালট, উল্টা-পাল্টা, উল্টা-সিধা