അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যি কথা বা কামে কাৰোবাৰ মান বা প্রতিষ্ঠা হানি কৰে
ഉദാഹരണം : আমি কাকো অনাহকত অপমান কৰা উচিত নহয়
പര്യായപദങ്ങൾ : অনাদৰ, অপদস্থ, অপমান, অশ্রদ্ধা, অসন্মান, অৱজ্ঞা, অৱমাননা, অৱহেলা, তিৰস্কাৰ
അർത്ഥം : ধ্যান নিদিয়া কার্য
ഉദാഹരണം : দিনে-দিনে গছ-গছনিৰ উপেক্ষা কৰি অহা হৈছে
അർത്ഥം : কাৰোবাৰ আজ্ঞা বা কথা নমনা কার্য ্বা ভাব
ഉദാഹരണം : ডাঙৰৰ আদেশ অৱজ্ঞা কৰিব নাপায় বুলি আমাক সৰুৰে পৰাই শিকোৱা হয়
പര്യായപദങ്ങൾ : অগ্রাহ্য, অনাদৰ, অৱজ্ঞা, অৱহেলা, আওকাণ, আওহেলা, হেলা, হেলা-ওটা
ഇൻസ്റ്റാൾ ചെയ്യുക