അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যোগ্যতা সন্মান আদি সূচোৱা শ্্ব্দ যাক কোনো নামৰ লগত লগোৱা হয়
ഉദാഹരണം : শ্যামক ডক্টৰেট উপাধিৰে সন্মানিত কৰা হʼল
പര്യായപദങ്ങൾ : খিতাপ, পদবী
അർത്ഥം : শিক্ষাৰ ক্ষেত্রত লাভ কৰা উপাধি
ഉദാഹരണം : তেখেতক আচার্য শিক্ষা-সন্মানেৰে সন্মানিত কৰা হʼল
പര്യായപദങ്ങൾ : বিদ্যা-উপাধি, শিক্ষা-সন্মান
അർത്ഥം : কোনো ব্যক্তিৰ আচল নামৰ পিচত থাকি বংশ, পৰিয়াল, পেছা আদি সূচোৱা এক বিশেষ শ্্ব্দ
ഉദാഹരണം : মোহনে নিজৰ নামৰ লগত উপাধি নিলিখে
പര്യായപദങ്ങൾ : উপনাম, পদবী, বংশনাম
ഇൻസ്റ്റാൾ ചെയ്യുക