അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যি কোনো কাম কৰিবৰ বাবে সমর্থ
ഉദാഹരണം : এই কামটোৰ কাৰণে এজন যোগ্য ব্যক্তিৰ আৱশ্যক চাকৰিটোৰ বাবে উপযুক্ত প্রার্থী নির্বাচিত নহʼল
പര്യായപദങ്ങൾ : উচিত, ঠিক, যথাযথ, যথার্থ, যথোচিত, যুগুত, যোগ্য, সংগত, সমর্থ, সমীচীন, সমুচিত, ্ যথাযোগ্য
അർത്ഥം : কোনো কথা বা কাম শুদ্ধভাৱে কৰা:মন্ত্রীজনে উচিত কথা কোৱাত সাংবাদিকসকল নিশ্চুপ হৈ ৰʼল
ഉദാഹരണം :
പര്യായപദങ്ങൾ : উচিত, ঠিক, যথাযোগ্য, যথার্থ, যথোচিত, যুগুত, যোগ্য, সংগত, সমীচীন, সমুচিত, হক, ্ যথাযথ
അർത്ഥം : সকলো দৃষ্টিৰে সকলো ৰূপতে উচিত
ഉദാഹരണം : মন্ত্রী মহোদয় থাকিবৰ উপযুক্ত ব্যৱস্থা কৰি তোলা হৈছে
പര്യായപദങ്ങൾ : উচিত, যোগ্য, সমুচিত
അർത്ഥം : যেনে হোৱা উচিত তেনেধৰণৰ
ഉദാഹരണം : এই কথাটো মোৰ উচিত যেন লগা নাই
പര്യായപദങ്ങൾ : উচিত, ঠিক, যোগ্য, সঠিক
അർത്ഥം : কিবা পোৱা বা লোৱাৰ যোগ্য
ഉദാഹരണം : তেওঁ ্মাৰ খোৱাৰ যোগ্য
പര്യായപദങ്ങൾ : যোগ্য
ഇൻസ്റ്റാൾ ചെയ്യുക