അർത്ഥം : যিজনে সামগ্রী, সেৱা আদিৰ উপভোগ কৰে
ഉദാഹരണം :
উপভোক্তাৰ প্রয়োজনীয়তাৰ প্রতি লক্ষ্য ৰাখি কোম্পানীবোৰে নতুন নতুন উৎপাদিত সামগ্রী বজাৰত মুকলি কৰি দিছে
പര്യായപദങ്ങൾ : ভোক্তা
അർത്ഥം : বস্তু, সেৱা আদিৰ উপভোগ কৰোঁতা বা সেইবোৰক কামত লগোৱা
ഉദാഹരണം :
মʼবাইল উপভোক্তা গাওঁ্বাসী সকলে সদায় নেটৱর্ক নাপায়
പര്യായപദങ്ങൾ : উপভোগকাৰী, ব্যৱহাৰকাৰী