അർത്ഥം : কোনো এক অৱস্থাৰ পৰা অন্য কোনো এক অৱস্থাত উপনীত হোৱা কার্য
ഉദാഹരണം :
ৰহীম খুৰা মৃত্যুৰ দুৱাৰদলিত আহি পাইছেহি
പര്യായപദങ്ങൾ : পোৱা
അർത്ഥം : কোনো খবৰ ৰখা বা বুজি পোৱাত সমর্থ ্হোৱা
ഉദാഹരണം :
অন্ততঃ মই এই সিদ্ধান্তত পালোঁহি
പര്യായപദങ്ങൾ : পোৱা
അർത്ഥം : অভিপ্রায় বা আশয় বুজি পোৱা
ഉദാഹരണം :
মই অতি কষ্ট কৰিহে এই কথালৈকে আহি উপনীত হৈছোঁ