അർത്ഥം : যি অত্যাচাৰ কৰে
ഉദാഹരണം :
কংস এজন অত্যাচাৰী শাসক আছিল
പര്യായപദങ്ങൾ : অত্যাচাৰকাৰী, অত্যাচাৰী, অনাচাৰী, উৎপীড়ক, জুলুমবাজ
അർത്ഥം : যি উপদ্রৱ কৰে
ഉദാഹരണം :
তেওঁ এজন ্উৎপতীয়া ব্যক্তি
പര്യായപദങ്ങൾ : উপদ্রৱ কর্তা, উপদ্রৱী, উৎপতীয়া, বদমাচ