അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কাৰোবাক সন্তুষ্ট বা প্রসন্ন কৰি ৰাখিবৰ কাৰণে দিয়া ধন
ഉദാഹരണം : উৎকোচ পোৱাৰ লগে লগে বিষয়াজনে কামটো সোনকালে কৰি তোলে
പര്യായപദങ്ങൾ : উৎকোচ
അർത്ഥം : কাৰোবাক কিবা দি নিজৰ ফলীয়া কৰা কাৰ্য
ഉദാഹരണം : বিনা পাৰিতোষিকেৰে চৰকাৰী কাৰ্যালয়ত কোনো কাম নহয়
പര്യായപദങ്ങൾ : পাৰিতোষিক, ভেটি
അർത്ഥം : কাৰোবাক বুজাই বঢ়াই নিজৰ অনুকূল কৰি কোনো কাৰ্যক প্ৰেৰিত কৰা কাৰ্য
ഉദാഹരണം : চৰকাৰী কাৰ্যালয়ত উপঢৌকনেৰে কাম সমাধা হয়
ഇൻസ്റ്റാൾ ചെയ്യുക