അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কোনো কাম, কথা আদিৰ আৰম্ভণী হোৱা বা কৰা কার্য
ഉദാഹരണം : আহক এই নতুন কামটোৰ আৰম্ভ কৰোঁ
പര്യായപദങ്ങൾ : আৰম্ভ, আৰম্ভণ, আৰম্ভণি, ছৰু, প্রাৰম্ভ, শুভাৰম্ভ, শুভাৰম্ভণ, শুৰু, সমাৰম্ভ, সূচনা, সূত্রপাত
അർത്ഥം : নিজৰ কাম, অধিকাৰ ক্ষেত্র আদিৰ সীমা পাৰ হৈ এনে ঠাই পোৱা কার্য, যʼত ্ যোৱা বা থকা অনুচিত, ্ মর্যাদা-বিৰুদ্ধ বা অবৈধ
ഉദാഹരണം : সীমান্তত অতিক্রমণ ৰোধ কৰিবৰ কাৰণে ভাৰতীয় সেনাই পহৰা দি আছে
പര്യായപദങ്ങൾ : অতিক্রমণ, উলংঘন, লংঘন
ഇൻസ്റ്റാൾ ചെയ്യുക