അർത്ഥം : উৎসাহ নোহোৱা অৱস্থা বা ভাব
ഉദാഹരണം :
নিৰুৎসাহৰ কাৰণে মই এই কামটো কৰিব নোৱাৰিলোঁ
പര്യായപദങ്ങൾ : অনুৎসাহ, উৎসাহহীনতা, নিৰুৎসাহ
അർത്ഥം : উদ্যম বা পৰিশ্রমৰ অভাৱ
ഉദാഹരണം :
মেচিনৰ যুগত পৰিশ্রমহীনতাৰ প্রকোপ দিনে দিনে বাঢ়ি গৈ আছে
പര്യായപദങ്ങൾ : অনুদ্যম, পৰিশ্রমহীনতা