അർത്ഥം : কোনো প্রশ্ন আদিৰ উত্তৰ দিয়া
ഉദാഹരണം :
সোহনে মোৰ প্রশ্নৰ সঠিক উত্তৰ দিলে
പര്യായപദങ്ങൾ : জবাব দিয়া, সমিধান দিয়া
അർത്ഥം : যাৰ উত্তৰ ইতিমধ্যে দিয়া হʼল
ഉദാഹരണം :
শ্যামে উত্তৰ দিয়া প্রশ্নবোৰক আকৌ এবাৰ পঢ়িছে