അർത്ഥം : উত্তৰকালৰ সৈতে সম্বন্ধিত
ഉദാഹരണം :
তেওঁৰ ্ উত্তৰকালীন সাহিত্যত ৰুচি নাই
പര്യായപദങ്ങൾ : উত্তৰ কালৰ, ভাবীকালৰ
അർത്ഥം : ভৱিষ্যত কালত হʼবলগীয়া
ഉദാഹരണം :
আমি ভৱিষ্যতকালৰ আঁচনিৰ ৰূপৰেখা প্রস্তুত কৰি লোৱা উচিত
പര്യായപദങ്ങൾ : অনাগত, ভাবী, ভৱিতব্য, ভৱিষ্যতকালীন, ভৱিষ্যতকালৰ