അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : উষ্ণ হোৱা অৱস্থা বা ভাব
ഉദാഹരണം : গৰমৰ দিনত উষ্ণতা বৃদ্ধি পায়
പര്യായപദങ്ങൾ : উমাজাল, উষ্ণতা, তাপ
അർത്ഥം : বিজুলী, জুই বা প্রাকৃতিকভাৱে উৎপন্ন হোৱা এবিধ শক্তি, যাৰ প্রভাৱত বস্তু গৰম হয়, গলে বা ভাপ হৈ উৰি যায় আৰু যাৰ পৰা গৰম বা জ্বলা-পোৰা অনুভৱ কৰা যায়:তাপত হাত পুৰি গৈছে
ഉദാഹരണം :
പര്യായപദങ്ങൾ : উমাজাল, উষ্ণতা, উষ্ণত্ব, তাপ
അർത്ഥം : শৰীৰত জ্বলা-পোৰা কৰা এক প্রকাৰৰ ৰোগ যাৰ বাবে কেতিয়াবা কেতিয়াবা শৰীৰত কিছুমান দানা সদৃশ গুটিও ওলায়
ഉദാഹരണം : তেওঁ ইষদোষ্ণতাত ভুগিছে
പര്യായപദങ്ങൾ : ইষদোষ্ণতা, উষ্ণতা
ഇൻസ്റ്റാൾ ചെയ്യുക