അർത്ഥം : উৰিষ্যাৰ অধিবাসী
ഉദാഹരണം :
এই ছাত্রাৱাসটোত কেৱল উড়িয়াহে থাকিব পাৰিব
അർത്ഥം : যি লিপিত উড়িয়া ভাষা লিখা হয়
ഉദാഹരണം :
লʼৰাটোৱে মন্দিৰৰ ওপৰত উড়িয়াত লিখি থোৱা কথাখিনি পঢ়িবলৈ চেষ্টা চলায় আছে
പര്യായപദങ്ങൾ : উড়িয়া লিপি