പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള উঠোৱা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

উঠোৱা   ক্ৰিয়া

അർത്ഥം : সিজিবৰ কাৰণে জুইৰ শিখাৰ ওপৰত দিয়া

ഉദാഹരണം : ভাত ৰান্ধিবৰ কাৰণে তেওঁ কুকাৰটো চৌকাৰ ওপৰত উঠালে

അർത്ഥം : কিছু সময় ওপৰলৈ ধৰি থকা

ഉദാഹരണം : তেওঁ ্বোজাটো মূৰত উঠালে

അർത്ഥം : কাৰোবাক কোনো অভিমান উৎপন্ন কৰা

ഉദാഹരണം : তেওঁক বেছি নুঠাবা ৰমেশে তোষামোদ কৰি মহেশক উঠাই দিলে

പര്യായപദങ്ങൾ : উঠাই দিয়া

അർത്ഥം : কোঠা বা বেৰ আদি তৈয়াৰ কৰা কার্য

ഉദാഹരണം : এতিয়া মিস্ত্রী আৰু শ্রমিকে দেৱাল সাজি আছে

പര്യായപദങ്ങൾ : গঁথ্া, বনোৱা, সজা, সাজি থকা

അർത്ഥം : শুই থকাজনক উঠিবলৈ উদ্বুদ্ধ কৰা

ഉദാഹരണം : মায়ে সদায় ৰাতিপুৱা ৰাহুলক জগায়

പര്യായപദങ്ങൾ : জগোৱা

അർത്ഥം : ঘৰ বা দেৱাল আদি বনোৱা

ഉദാഹരണം : ৰায়পুৰত আমাৰ দুমহলীয়া ঘৰ উঠাই আছে

പര്യായപദങ്ങൾ : বনোৱা, সজা

അർത്ഥം : (সংগীত) স্বৰ তীব্র কৰা

ഉദാഹരണം : গুৰু মাই ভজন গোৱাৰ সময়ত নিজৰ কণ্ঠৰ স্বৰ বহুত ওপৰত তোলে

പര്യായപദങ്ങൾ : তোলা

അർത്ഥം : তলৰ পৰা ওপৰলৈ কোনো বস্তু লৈ যোৱা

ഉദാഹരണം : তেওঁ ্সদায় ৰাতিপুৱা মটৰেৰে টেংকীলৈ পানী উঠায়

അർത്ഥം : স্থান ত্যাগ কৰা

ഉദാഹരണം : তেওঁ নিজে বহিবৰ কাৰণে সোহনক চকীৰ পৰা উঠালে

അർത്ഥം : কাৰোবাক অধিক গুৰুত্ব দিয়া

ഉദാഹരണം : মায়ে সৰু ভাইটিক বহুত উঠাই ৰাখিছে

അർത്ഥം : উঠাৰ কাম অন্যৰ দ্বাৰা কৰোৱা

ഉദാഹരണം : দেউতাই মোক ঝুলনাত উঠালে

അർത്ഥം : কোনো যান বা বাহনৰ ওপৰত বহাত প্রবৃত্ত হোৱা

ഉദാഹരണം : চালকজনে লʼৰাটোক ঘোঁৰাত বহুৱালে

പര്യായപദങ്ങൾ : বহুওৱা

അർത്ഥം : তলৰ পৰা ওপৰলৈ অনা কার্য

ഉദാഹരണം : তেওঁ ্ দুই হাতেৰে গাগৰিটো উঠালে

പര്യായപദങ്ങൾ : উঠা

അർത്ഥം : উঠিবলৈ প্ৰবৃত্ত কৰা

ഉദാഹരണം : চাকৰণীজনীয়ে দুৰ্বল ককাদেউতাক বিছনাত উঠাই দিলে

പര്യായപദങ്ങൾ : উঠাই দিয়া

അർത്ഥം : বহী, কাগজ আদিত লিখা

ഉദാഹരണം : মহাজনে বনুৱাজনক টকা দি নিজৰ খাটা-বহীত উঠাই থʼলে

പര്യായപദങ്ങൾ : উঠাই থোৱা