അർത്ഥം : উৎপন্ন হোৱা
ഉദാഹരണം :
যেতিয়াই পইচাৰ কথা উঠিল, তেখেতসকলে তেতিয়াই পিছ হুহকিলে
പര്യായപദങ്ങൾ : অহা
അർത്ഥം : কাম-বন শেষ হোৱা
ഉദാഹരണം :
সভাখন উঠি গʼল বজাৰ উঠি গʼল
പര്യായപദങ്ങൾ : উঠি যোৱা, শেষ হোৱা, সমাপ্ত হোৱা
അർത്ഥം : হিচাপত অহা বা সোমোৱা এক অৱস্থা
ഉദാഹരണം :
এক কিলোত মাত্র পাঁচটা আম উঠিল
അർത്ഥം : তলৰ পৰা ওপৰৰফালে যোৱা
ഉദാഹരണം :
ককা-দেউতাই এতিয়াও আনন্দেৰে খটখটিত উঠিব পাৰে
പര്യായപദങ്ങൾ : বগোৱা
അർത്ഥം : ঠেং বা ভৰিত ভৰ দি শৰীৰ পোন কৰা কার্য:নেতাজীয়ে ভাষণ দিবলৈ উঠিলে
ഉദാഹരണം :
പര്യായപദങ്ങൾ : থিয় হোৱা
അർത്ഥം : প্রথমৰ পৰাই অধিক উচ্চতাত থকা এক স্থিতি
ഉദാഹരണം :
পঢ়াশালিৰ ভেটি কমৰলৈকে উঠিছে
പര്യായപദങ്ങൾ : ওখ হোৱা
അർത്ഥം : কোনো চিহ্ন আদি ওলাই অহা
ഉദാഹരണം :
অতিপাত গৰমৰ কাৰণে গোটেই গাতে ঘামচি উঠিছে
അർത്ഥം : গাই, মʼহ, ঘোঁৰা আদিৰ সংগমৰ ইচ্ছা জাগ্ৰত হোৱা কাৰ্য
ഉദാഹരണം :
কালিৰ পৰা গাইজনী জাগিছে
പര്യായപദങ്ങൾ : জাগা
അർത്ഥം : পদ, মর্যাদা, বর্গ আদিত আগ বঢ়া
ഉദാഹരണം :
নিজৰ তীক্ষ্ণ বুদ্ধিৰ কাৰণে তেওঁ একেবাৰতে পঞ্চম শ্রেণীৰ পৰা অষ্টম শ্রণীলৈ উঠিলে
അർത്ഥം : মনলৈ অহা বা ধ্যানত উদয় হোৱা
ഉദാഹരണം :
মোৰ মনত এই কথাটো উঠিছে যে আজিকালি মীনা স্কুললৈ কিয় নাহে ?
അർത്ഥം : ওপৰলৈ যোৱা বা বগোৱা
ഉദാഹരണം :
সূর্য ্লাহে-লাহে উঠি আছে