അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : সমূলি নষ্ট কৰা কার্য ্বা শিপাৰে সৈতে উঘলা কার্য
ഉദാഹരണം : মালীয়ে বাগিছাৰ অদৰকাৰী উদ্ভিদবোৰ উচ্ছেদ কৰি আছে
പര്യായപദങ്ങൾ : উচ্ছেদন, উৎখাত, সমুচ্ছেদ, সমুচ্ছেদন
അർത്ഥം : কোনো বস্তুৰ অস্তিত্বৰ সমাপ্তি
ഉദാഹരണം : বিনাশৰ সময়ত বুদ্ধি লোপ পায়
പര്യായപദങ്ങൾ : ক্ষয়, নিপাত, বিলোপ, লোপ
ഇൻസ്റ്റാൾ ചെയ്യുക