അർത്ഥം : আৰোহণ কৰা ব্যক্তি
ഉദാഹരണം :
আৰোহীসকলৰ কাৰণে ঠায়ে-ঠায়ে জিৰণি কক্ষ সাজি দিয়া হৈছে
പര്യായപദങ്ങൾ : আৰোহক
അർത്ഥം : যিজনে কোনো ঘোৰা, গাড়ী বা বাহনৰ ওপৰত উঠি আছে
ഉദാഹരണം :
যুদ্ধৰ সময়ত বহুতো আৰোহীয়ে বীৰগতি লাভ কৰিলে
അർത്ഥം : কোনো বস্তুৰ ওপৰত উঠা বা বহা
ഉദാഹരണം :
চাইকেল আৰোহী ব্যক্তিজন সৰি পৰিল
അർത്ഥം : যাৰ ওপৰত উঠিব পৰা যায়
ഉദാഹരണം :
আজি আমি এটা আৰোহী পাহাৰৰ ওপৰত উঠিম
അർത്ഥം : কিহবাৰ ওপৰেৰে বগাই যোৱা বা উঠি যোৱা
ഉദാഹരണം :
তেওঁ এই আৰোহী দলটোৰ লগত গৈ আছে