അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যিয়ে প্রসন্নতা লাভ কৰিছে
ഉദാഹരണം : মনোজে পদোন্নতিৰ খবৰ শুনাবৰ কাৰণে প্রফুল্ল মনেৰে ঘৰ পালেগৈ
പര്യായപദങ്ങൾ : আনন্দ বিহ্বল, আনন্দময়, আনন্দময়ী, আনন্দিত, উত্রাৱল, উল্লসিত, উৎফুল্ল, উৎফুল্লিত, উৰুলিকৃত, প্রফুল্ল, প্রফুল্লিত, সন্তুষ্ট, হৃষ্ট
അർത്ഥം : যিজনৰ মন আনন্দেৰে ভৰি পৰিছে:আনন্দিত হৈ থকা ব্যক্তিয়ে যিকোনো কাম ভাল ধৰণে কৰিব পাৰে
ഉദാഹരണം :
പര്യായപദങ്ങൾ : আনন্দ-বিহ্বল, আনন্দময়, আনন্দময়ী, আনন্দিত, উল্লসিত, উৎফুল্ল, উৎফুল্লিত, প্রফুল্ল, প্রফুল্লিত, প্রসন্ন, সন্তুষ্ট, হৃষ্ট
അർത്ഥം : যিহৰ মনোৰঞ্জন হৈছে
ഉദാഹരണം : শিশু অভিনেতাসকলে দেখুওৱা নাটক চাই সকলো আনন্দিত হʼল
പര്യായപദങ്ങൾ : আনন্দিত, প্রহ্লাদিত, মনোৰঞ্জিত
ഇൻസ്റ്റാൾ ചെയ്യുക