അർത്ഥം : এবিধ নিচাযুক্ত জুলীয়া পদার্থ ্ যাক বিভিন্ন বস্তুৰ সংমিশ্রণত বিভিন্ন ধৰণে তৈয়াৰ কৰা হয় আৰু ইয়াক সেৱন কৰিলে নৈতিকভাৱে নিন্দনীয় আৰু ধার্মিকভাৱে পাপ বুলি ধৰা হয়
ഉദാഹരണം :
তেওঁ ্ সদায় গধূলি মদ খাই ঘৰলৈ উভতে
പര്യായപദങ്ങൾ :
অৰিষ্ট, দাৰু, দ্রাক্ষাৰস, মদ, মদিৰা, মদ্য, সুৰা, সোমৰস