അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কোনো বস্তু বা কথা অনুসৰি কৰা কার্যৰ ্পৰা হোৱা পৰিণাম বা ফল
ഉദാഹരണം : আজিকালিৰ যুৱকসকলৰ ওপৰত পাশ্চাত্য সভ্যতাৰ অত্যধিক প্রভাৱ পৰিলক্ষিত হৈছে
പര്യായപദങ്ങൾ : অনুৰাগ, জেদ, টান, ধাউতি, প্রবৃত্তি, প্রভাৱ, প্রৱণতা, মাইৰ, স্পৃহা
അർത്ഥം : কাৰোবাক খুউব ভাল পাই সদায় তেওঁৰ্ লগত থাকিবলৈ প্রেৰণা দিয়া মনোবৃত্তি
ഉദാഹരണം : প্রেম নিস্বার্থ ্ হʼব লাগে
പര്യായപദങ്ങൾ : অনুৰাগ, পীৰিতি, প্রীতি, প্রেম, ভালপোৱা, মহব্বত
അർത്ഥം : আসক্ত হোৱা ক্রিয়া বা ভাব
ഉദാഹരണം : তেওঁৰ আসক্তি প্রেমলৈ পৰিণত হʼল
പര്യായപദങ്ങൾ : অনুৰাগ, ইচ্ছানুভূতি, টান, ধাউতি, প্রবণতা, স্পৃহা, হাবিলাস, হাবিয়াহ
ഇൻസ്റ്റാൾ ചെയ്യുക