അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কোনো আশ্চর্যজনক ্ বা অদ্ভূত কাম বা ব্যাপাৰ যি সাধাৰণতে দেখিবলৈ পোৱা নাযায় আৰু যাক অলৌকিক আৰু অসম্ভৱ বুলি জনা যায়
ഉദാഹരണം : পাগল মানুহজনক ভাল কৰি বাবাজীজনে চমৎকাৰ কৰি দিলে
പര്യായപദങ്ങൾ : অদ্ভুত কাম, অবাক, আচৰিত, চমক, চমৎকাৰ, তবধ, বিস্ময়
അർത്ഥം : যি বিশেষ লক্ষণযুক্ত
ഉദാഹരണം : মৎস্যকন্যা এক অসাধাৰণ জীৱ
പര്യായപദങ്ങൾ : অত্যাশ্চার্য, অদ্ভূত, অপূর্ব, অভিনৱ, অভূতপূর্ব, অসাধাৰণ, আজব, আজৱ, চমকপ্রদ, বিচিত্র, বিস্ময়াবহ, ্ আশ্চর্যজনক
ഇൻസ്റ്റാൾ ചെയ്യുക