പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള আলোচনা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

আলোচনা   বিশেষ্য

അർത്ഥം : কোনো কথা বা কামৰ গুণ-দোষ সম্পর্কীয় বিচাৰ কৰা

ഉദാഹരണം : মহিলা আৰক্ষণৰ বিধেয়কখনৰ ওপৰত বহুত আলোচনা কৰা হৈছে

പര്യായപദങ്ങൾ : আলোচনা-বিলোচনা, টীকা-টিপ্পনী, মন্তব্য

അർത്ഥം : ভালদৰে চোৱাচিতা কৰি কোনো সাহিত্যকৃতিৰ গুণ আৰু দোষবোৰৰ বিবেচনাৰে লিখা নিৱন্ধ

ഉദാഹരണം : শিক্ষয়িত্রী গৰাকীয়ে নাটকৰ সমালোচনা লিখিবলৈ কʼলে

പര്യായപദങ്ങൾ : সমালোচনা

അർത്ഥം : কোনো কথাৰ বিচাৰ বা বিবেচনা কৰা

ഉദാഹരണം : সন্মিলনত নিবনুৱা সমস্যাৰ সন্দর্ভত চিন্তা-চর্চা কৰি থকা হৈছে

പര്യായപദങ്ങൾ : আলোচনা-বিলোচনা, চিন্তা-চর্চা, বিচাৰ-বিবেচনা

അർത്ഥം : কোনো বিষয়ত কৰা কথা-বার্তা

ഉദാഹരണം : তাত ্যৌতুক প্রথা সন্দর্ভত মিটিং কৰি আছে

പര്യായപദങ്ങൾ : চর্চা, পৰি্চর্চা, মিটিং