അർത്ഥം : যাৰ ওপৰত প্রকাশ বা পোহৰ পৰিছে
ഉദാഹരണം :
চন্দ্রগ্রহ সূর্য্যৰ পোহৰেৰে প্রকাশিত হয়
പര്യായപദങ്ങൾ : প্রকাশিত
അർത്ഥം : পোহৰেৰে ভৰি থকা
ഉദാഹരണം :
এই কোঠাটো আলোকিত
പര്യായപദങ്ങൾ : আলোকপূর্ণ, আলোকময়, আলোকোজ্জ্বল, আলোময়, জ্যোতিষ্মান, জ্যোতি্র্ময়, দীপ্তিময়, প্রভাযুক্ত
അർത്ഥം : চিকমিকাই থকা
ഉദാഹരണം :
মঞ্চত বহি থকা মহাত্মাদেৱৰ উজ্জ্বল চেহেৰাই সকলোকে আকর্ষিত কৰিছিল
പര്യായപദങ്ങൾ : উজ্জ্বল, কান্তিযুক্ত, দীপ্তিযুক্ত, প্রোজ্জ্বল, সমুজ্জ্বল