അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যি শক্তিৰ দ্বাৰা চকুৰে কোনো বস্তুৰ ৰূপ ধৰিব পাৰে
ഉദാഹരണം : সূর্য উদয় ্ হোৱাৰ লগে লগে চাৰিওফালে পোহৰ বিয়পি পৰিল
പര്യായപദങ്ങൾ : আলোক, জ্যোতি, দীপ্তি, দ্যুতি, পোহৰ, প্রকাশ, প্রদীপ, প্রদীপ্তি, প্রভা, বিভা
അർത്ഥം : সামান্য মিল থকা
ഉദാഹരണം : তেওঁৰ কবিতাত ছায়াবাদৰ আভাস দেখা যায়
പര്യായപദങ്ങൾ : আভাস, প্রতীতি
അർത്ഥം : এক ধৰণৰ প্রকাশ বা পোহৰ
ഉദാഹരണം : তেওঁৰ চেহেৰাৰ জেউতি স্পষ্টৰূপত জিলিকি আছিল
പര്യായപദങ്ങൾ : কান্তি, জেউতি, জ্যোতি, দীপ্তি, দ্যুতি, প্রভা, বিভা
അർത്ഥം : ৰত্নৰ উজ্জ্বলতা বা দীপ্তি
ഉദാഹരണം : হীৰাৰ চিকমিকনিয়ে চকু চাঁট মাৰি ধৰিছে
പര്യായപദങ്ങൾ : উদ্দীপ্তি, কান্তি, চকমক, চকমকনি, চমক, চিকমিক, চিকমিকনি, ছাটি, জকমকনি, জলমলনি, জিলিকনি, ঝকমকনি, ঝিলিকনি
ഇൻസ്റ്റാൾ ചെയ്യുക