അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যিটো মেৰোৱাই থোৱা আছে
ഉദാഹരണം : মাকে চাদৰেৰে আবৃত শিশুটোক পালেঙত শুৱাই দিলে
പര്യായപദങ്ങൾ : পৰিবৃত
അർത്ഥം : লুকাই থকা বা ঢাকি থোৱা
ഉദാഹരണം : আচ্ছাদিত ঘৰটোৰ প্রতিটো কোণত ভুমুকি মৰা হৈছে
പര്യായപദങ്ങൾ : আচ্ছাদিত, প্রচ্ছন্ন
അർത്ഥം : যাক কোনো বস্তু আদিৰে ঢাকি থোৱা হৈছে
ഉദാഹരണം : লʼৰাটোৱে মেঘেৰে ঢকা আকাশখন চাই আছিল
പര്യായപദങ്ങൾ : আচ্ছন্ন, আচ্ছাদিত, ঢকা-, প্রচ্ছন্ন, প্রচ্ছাদিত আৱৰা-, সমাচ্ছন্ন
ഇൻസ്റ്റാൾ ചെയ്യുക