അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : আন ফালৰ বা সেই ফালৰ
ഉദാഹരണം : শ্যাম সিফালে আছে
പര്യായപദങ്ങൾ : অইন দিশে, অইনফালে, অন্যদিশে, সিকাষে, সিফালে, সেই ফালে, সেই মুখে, সেইকাষে, সেইঢালে, সেইদিশে, সেইপিনে, সেইফালে
അർത്ഥം : অন্য কোনো স্থানৰ পৰা বা অন্য কʼৰবাৰ পৰা
ഉദാഹരണം : ইয়াত আপুনি একো নাপাব আনফালে যাওক
പര്യായപദങ്ങൾ : অন্যফালে
അർത്ഥം : আনটো ফালে
ഉദാഹരണം : এফালে আপুনি এই কামটো কৰিবলৈ কয় আৰু আনফালে বাধাও দিয়ে
പര്യായപദങ്ങൾ : আনহাতে
അർത്ഥം : আনটো ফালৰ দিশ
ഉദാഹരണം : এই বেংকটো ৰাস্তাটোৰ সিপাৰে আছে
പര്യായപദങ്ങൾ : আনপাৰে, সিটো ফালে, সিপাৰে, সিফালে
ഇൻസ്റ്റാൾ ചെയ്യുക