അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : এটাক এৰি দি কোনোবা এটা
ഉദാഹരണം : বর্ধিত জনসংখ্যাৰ সমস্যাৰ সৈতে আন সমস্যাও থিয় হৈ দেখা দিছে
പര്യായപദങ്ങൾ : অইন, অন্য, অন্যান্য, পৰ, বেলেগ
അർത്ഥം : নিজৰ আত্মীয়-কুটুম্ব বা সমাজৰ বাহিৰৰ
ഉദാഹരണം : তেওঁ পৰৰ ্সহায়তা কৰি ভাল পায়
പര്യായപദങ്ങൾ : অন্য, অন্যৰ, আনৰ, পৰ, পৰৰ, লোকৰ
അർത്ഥം : দ্বিতীয় কোনো
ഉദാഹരണം : মোৰ লগত আন মানুহো আছে
പര്യായപദങ്ങൾ : অইন, অন্য, আৰু, বেলেগ
ഇൻസ്റ്റാൾ ചെയ്യുക