അർത്ഥം : কাৰোবাৰ আধাৰ, আশ্রয় বা সহায়ত থকা বা পালিত হোৱা
ഉദാഹരണം :
পৰজীৱী উদ্ভিদ আন উদ্ভিদৰ ওপৰত নি্র্ভৰশীল
പര്യായപദങ്ങൾ : অৱলম্বিত, আশ্রিত, নি্র্ভৰশীল, পৰনি্র্ভৰশীল
അർത്ഥം : যি কোনো আধাৰৰ ওপৰত থাকে
ഉദാഹരണം :
এইখন এখন লোককথাৰ ওপৰত আধাৰিত চিনেমা