അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : নিজ কুলৰ লোক
ഉദാഹരണം : আত্মীয়ৰ কল্যাণৰ ভাবেৰে কাম কৰিলে সমাজৰ মংগল নহয়
പര്യായപദങ്ങൾ : কুটুম, কুটুম্ব, পৰিজন
അർത്ഥം : যাৰ আপোন লোকৰ সৈতে সম্বন্ধ বা সম্পর্ক আছে
ഉദാഹരണം : আত্মীয়ৰ আগত কি লুকুৱাবা, আপুনিটো সকলো খবৰ জানে
പര്യായപദങ്ങൾ : আত্মীয়-স্বজন, আপোন
അർത്ഥം : একেখন ঘৰৰে মানুহ
ഉദാഹരണം : মোৰ পৰিয়ালৰ সকলোৱে একেলগে বহি খোৱা-বোৱা কৰে
പര്യായപദങ്ങൾ : ঘৰ, পৰিজন, পৰিবাৰ, পৰিয়াল
അർത്ഥം : আপোনজনৰ সৈতে সম্বন্ধিত বা আপোনজনৰ
ഉദാഹരണം : এইটো আমাৰ আত্মীয়ৰ মাজৰ বিষয়
പര്യായപദങ്ങൾ : নিজৰ
അർത്ഥം : যি সম্বন্ধত নিজৰ কূলৰ অথবা পৰিয়ালৰ হয়
ഉദാഹരണം : মনোহৰজী মোৰ আপোন খুৰা
പര്യായപദങ്ങൾ : আপোন, পৰিজন, স্বজন
ഇൻസ്റ്റാൾ ചെയ്യുക