അർത്ഥം : কোনো কামৰ কাৰণে নিজকে নিজে বলিদান দিয়া কার্য
ഉദാഹരണം :
ভাৰতবর্ষক ্স্বাধীন কৰিবৰ কাৰণে ভালেমান নেতাই আত্মবলিদান দিবলগীয়া হৈছিল
അർത്ഥം : কোনো ভাল কামৰ বাবে বা আনৰ বাবে নিজৰ সুখ, লাভ আদি ত্যাগ কৰা কার্য ্বা ভাৱ
ഉദാഹരണം :
দধিচীয়ে দেৱ কল্যাণৰ বাবে আত্মত্যাগ কৰি মৃত্যুক আঁকোৱালি লʼলে
പര്യായപദങ്ങൾ : আত্মত্যাগ