അർത്ഥം : কোনোৱে নিজে লিখা জীৱনচৰিত্র
ഉദാഹരണം :
গান্ধীজীৰ আত্মজীৱনী পঢ়ি মই বহুত প্রভাৱিত হৈছিলোঁ
പര്യായപദങ്ങൾ : আত্মগাঁথা আত্মচৰিত্র, আত্মজীৱনী
അർത്ഥം : নিজৰ বিষয়ে নিজে কোৱা কথা
ഉദാഹരണം :
মহাত্মা গান্ধীৰ আত্মকথা শুনি ্তেওঁৰ শিষ্যসকল প্রভাৱিত হʼল
പര്യായപദങ്ങൾ : আত্মকথন