അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যি ভয় কৰি আছে
ഉദാഹരണം : গাঁৱৰ ভিতৰত বাঘ সোমোৱাৰ খবৰ পোৱাৰ পিছত সকলো মানুহ আতংকিত হৈ পৰিল
പര്യായപദങ്ങൾ : ত্রস্ত, ভয়াতুৰ, সন্ত্রস্ত
അർത്ഥം : ভয়তে মনে মনে থকা বা যি ভয় খাইছে
ഉദാഹരണം : প্রিয়ংকাই সাপটো দেখাৰ লগে লগে আতংকিত হʼল
പര്യായപദങ്ങൾ : ত্রস্ত
അർത്ഥം : যি ভয় খাইছে
ഉദാഹരണം : অন্যায়ৰ দ্বাৰা ভীত নহৈ তাৰ বিৰুদ্ধে যুঁজিব লাগে
പര്യായപദങ്ങൾ : অলপ-ধতুৱা, ত্রস্ত, ত্রাসান্বিত, ভীত, ভীতি-বিহ্বল, ভয়গ্রস্ত, ভয়ত্রস্ত, ভয়াতুৰ, ভয়ার্ত, ভয়াল, শংকিত, শঙ্কিত, সশংকিত, ্ত্রাসিত
ഇൻസ്റ്റാൾ ചെയ്യുക