അർത്ഥം : কোনো আজ্ঞাৰ পালন কৰা কার্য
ഉദാഹരണം :
মাক-দেউতাকৰ আজ্ঞা পালন কৰিব লাগে
പര്യായപദങ്ങൾ : কথা শুনা
അർത്ഥം : কাৰোবাৰ আজ্ঞা মানি ্ তেওঁ ্ কোৱা মতে কাম কৰা
ഉദാഹരണം :
তেওঁ ্দেউতাকৰ আজ্ঞা পালন কৰিলে আৰু বহি পঢ়িবলৈ ধৰিলে
പര്യായപദങ്ങൾ : কথা মনা, কোৱা মতে কৰা